/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...
-
পুনৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ।
-
আমিনগাঁৱৰ আছাম টিউবৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
-
এখন ট্ৰাক আৰু বাইকৰ মুখামুখী সংঘৰ্ষ।
-
দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ।
-
নিহত বাইক আৰোহীজনৰ নাম ৰাজা হৰি।
-
ৰাজা হৰিৰ ঘৰ আমিনগাঁৱৰ ২৬ নং কলনীত।
-
আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক।
Also Read: পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ APSCৰ চাকৰি লোৱা দুই ৰাজপত্ৰিত বিষয়া আজি হাজিৰ হ'ব এছ আই টিত...