পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...

পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...
পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...
  • পুনৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ।

  • আমিনগাঁৱৰ আছাম টিউবৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • এখন ট্ৰাক আৰু বাইকৰ মুখামুখী সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ।

  • নিহত বাইক আৰোহীজনৰ নাম ৰাজা হৰি।

  • ৰাজা হৰিৰ ঘৰ আমিনগাঁৱৰ ২৬ নং কলনীত।

  • আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক।

পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী...
পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ APSCৰ চাকৰি লোৱা দুই ৰাজপত্ৰিত বিষয়া আজি হাজিৰ হ'ব এছ আই টিত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in