/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0b99a488-87a8-4cfb-985d-ec153b0d3676/ACCIDENT_26.jpg)
পুনৰ গুৱাহাটীত পথ দুৰ্ঘটনাঃ সৰ্বশিক্ষাত সোমালগৈ পথৰ চিটিবাছ...
পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা।
এইবাৰ দুৰ্ঘটনাৰ স্থান কাহিলিপাৰা।
পথৰ চিটিবাছগৈ সোমাল সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ চৌহদত।
দ্ৰুতবেগৰে যোৱা এখন চিটিবাছে মহতিয়াই নিলে আন এখন চিটিবাছক।
দ্ৰুত বেগী চিটিবাছখন নিয়ন্ত্ৰণ হেৰুৱাই সোমাল গৈ সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ চৌহদত।
ঘটনাত কেইবাজনো লোক গুৰুতৰ ভাৱে আহত।
আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা গুৰুতৰ।
দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ AS01HC6049।
Also Read: তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী...