New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
দুৰ্ঘটনা road accident
মহানগৰীৰ ছয়মাইলত দুৰ্ঘটনা
ছয়মাইলৰ উৰণ সেঁতুৰ তলত সংঘটিত এই দুৰ্ঘটনা
অইল টেংকাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ
ঘটনাত সামান্য পৰিমাণে আহত বাইক আৰোহী
বাইক আৰোহীৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্রত্যক্ষদৰ্শীৰ
Also Read: ৱেষ্ট ইণ্ডিজৰ সন্মুখত ৰানৰ পাহাৰ : শতকৰে উদযাপন বিৰাটৰ ৫০০ সংখ্যক আন্তৰ্জাতিক মেচ