/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a52d6898-3428-4d20-9eb8-3a4f41d470b6/accident_21.jpg)
নতুন বিধানসভা ভৱনৰ সমীপত বাগৰিল ভক্ত কঢ়িয়াই নিয়া বাহন...
নিশাৰ মহানগৰীত পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথৰ ওপৰতে বাগৰিল ভক্ত কঢ়িওৱা বাহন।
ব’ল ব’মৰ ভক্ত কঢ়িয়াই আনিছিল বাহনখনে।
দিছপুৰৰ নতুন বিধানসভা ভৱনৰ সমীপতে সংঘটিত এই ঘটনা।
দুৰ্ঘটনাত আহত কেইবাজনো যাত্রী।
বাহনখনৰ চালকে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ স্থানীয় লোকৰ।
Also Read: ফ্লেটলৈ মাতি যুৱতীক অশ্লীল ইংগিত দিয়া সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগীৰ