/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
পুৱাই গুৱাহাটী মহানগৰীত সংঘটিত হয় পথ দুৰ্ঘটনা ।
ভৰলুমুখ থানাৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ।
দ্রুতবেগী স্কুটী আৰু মালবাহী অ’টোভানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।
দুৰ্ঘটনাত আহত হয় অ’টোবাহনখনৰ চালকজন ।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় যান-বাহন আৰক্ষী ।
Also Read: বালি,শিল কঢ়িয়াওৱা ডাম্পাৰ চালকৰ মইমতালিত অতিষ্ঠ জনজীৱন