/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/759a80ed-d0e4-4f50-951a-752af9e2f266/eon_9.jpg)
নিশাৰ মহানগৰীত পুনৰ দুৰ্ঘটনা...
নিশাৰ মহানগৰীত পুনৰ সংঘটিত হ'ল এক দুৰ্ঘটনা।
এখন পানী কঢ়িওৱা টেংকাৰ আৰু Eon ৰ দুৰ্ঘটনা পতিত।
পানী কঢ়িওৱা টেংকাৰখনৰ মাজভাগত খুন্দা Eon খনৰ।
দুৰ্ঘটনাত পতিত হোৱা Eon খনৰ নম্বৰ এ এছ ২৫ এল ৬২২৯।
আনহাতে পানী কঢ়িওৱা টেংকাৰখনৰ নম্বৰ এ এছ ০১ এফ চি ৩১৮৭।
দুৰ্ঘটনাত Eon বাহনখনৰ এটা অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
অৱশ্যে কোনো লোক হতাহতি হোৱাৰ খবৰ এই পৰ্যন্ত লাভ কৰা নাই।
Also Read: মেঘালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ মিজো নাগৰিক গ্ৰেপ্তাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us