/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
মিৰ্জাৰ বৰকুছিত পথ দুৰ্ঘটনাঃ এজনৰ কৰুণ মৃত্যু...
দক্ষিণ কামৰূপৰ মিৰ্জাৰ বৰকুছিত পথ দুৰ্ঘটনা।
১৭নং ৰাষ্ট্রীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন।
নিহত লোকজন বঙৰাৰ শ্রীকান্ত চৌধুৰী বুলি চিনাক্ত।
দুৰ্ঘটনাৰ ফলত ৰাষ্ট্রীয় ঘাইপথত তীব্র যান-জঁট।
ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ।
Also Read: পূব মাজুলীত বাঘৰ আতংকঃ কেইবাটাও পৰিয়ালৰ পোহনীয়া জন্তু ভক্ষণৰ খবৰ...