/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পূব মাজুলীত বাঘৰ আতংকঃ কেইবাটাও পৰিয়ালৰ পোহনীয়া জন্তু ভক্ষণৰ খবৰ...
পূব মাজুলীৰ নতুন চামগুৰি সত্রত বাঘৰ আতংক।
পেৰাভাৰী গাঁৱত অৱস্থান এটা ঢেঁকীয়াপতীয়াৰ।
ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ লোকৰ।
বাঘৰ বিচৰণত পূব মাজুলীৰ কেইবাখনো গাঁৱত আতংক
কেইবাটাও পৰিয়ালৰ পোহনীয়া জন্তু ভক্ষণ বাঘটোৰ।
Also Read: বিহাৰৰ পতিতালয়ত উদ্ধাৰ অসমৰ যুৱতী-কিশোৰীঃ গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী