/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c462aef0-ff9d-48e2-bddc-17e6543aed45/ACCIDENT_13.jpg)
নতুন বিধানসভা ভৱনৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা...
গুৱাহাটীত পুনৰ সংঘটিক ভয়ংকৰ পথ দুৰ্ঘটনা।
অসম বিধানসভাৰ নতুন ভৱনৰ সন্মুখতে সংঘটিত হৈছে এই দুৰ্ঘটনা।
এখন দ্রুতবেগী i10 বাহনে মহটিয়াই নিলে ৩ খনকৈ বাহনক।
ইয়াৰোপৰি পদপথৰ এখন দোকানো মহটিয়াই নিয়ে বাহনখনে।
দ্রুতবেগী বাহনখনৰ নম্বৰ ML-05 G 0942।
ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ।
দুৰ্ঘটনাত সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত আৰক্ষী।
দুৰ্ঘটনাৰ পাছতে ব্যস্ত ৰাজপথত সৃষ্টি হৈছে যানযট।
Also Read: বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰা টকা দেখি চকু কপালত উঠিছে নেটিজেনৰ...