/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/059a5de0-9fb7-426c-b5ed-c64926d1d389/ACC 15.jpg)
শ্ৰদ্ধাঞ্জলি উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা...
পুনৰ গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনা।
গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত এই ঘটনা।
এখন অটোট খুন্দা বলেৰ' বাহনৰ।
ভুল দিশেৰে অটোখনে লৈছিল ইউটাৰ্ণ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অটো চালকগৰাকী।
আহত অটো চালকগৰাকীক কে জি এম টি হাস্পতালত ভৰ্তি।
দুৰ্ঘটনাগ্ৰস্ত অটোখনৰ নম্বৰ এ এছ০১ এল চি ৭৪৩১।
Also Read: চিৰাঙৰ কাজলগাঁৱত ডুৰাণ্ড কাপৰ প্ৰচাৰমূলক প্ৰদৰ্শনী ফুটবল খেল...