/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পলাশবাৰীত পথ দুৰ্ঘটনাঃ নিহত বাইক আৰোহী...
পলাশবাৰীৰ ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে দুজন বাইক আৰোহীয়ে।
দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী।
নিহত বাইক আৰোহীজন চুনু ঠাকুৰীয়া বুলি চিনাক্ত।
আনজন বাইক আৰোহী গুৰুতৰভাৱে আহত।
সংকটজনক অৱস্থাত আহতজনক হেলথ চিটি হাস্পতালত ভৰ্তি।
Also Read: বটদ্ৰৱাত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৰাইজ