নাৰেংগীত তীব্ৰ বেগী টেংকাৰৰ খুন্দাত মৃত্যু এজনৰ

নাৰেংগীত তীব্ৰ বেগী টেংকাৰৰ খুন্দাত মৃত্যু এজনৰ

author-image
Asomiya Pratidin
New Update
নাৰেংগীত তীব্ৰ বেগী টেংকাৰৰ খুন্দাত মৃত্যু এজনৰ

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা গুৱাহাটীৰ নাৰেংগীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী টেংকাৰৰ চেপাত মৃত্যু এজন লোকৰ। দুৰ্ঘটনাক মৃত্যু হোৱা লোকজনৰ এই পৰ্যন্ত কোনো পৰিচয় জানিব পৰা হোৱা নাই।

Advertisment

এই দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ টেংকাৰখন জব্দ কৰে। উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়ে টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Also Read: পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

road accident