/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মিৰ্জাত পথ দুৰ্ঘটনাঃ ৫ জন আহত, ২ জনৰ অৱস্থা সংকটজনক...
মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা।
মিৰ্জা চানডুবি সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত ৫জন।
দুজনৰ অৱস্থা অতি সংকটজনক।
তেওঁলোক দুজন ক্ৰমে পৱন দাস আৰু বাহাৰুল ইছলাম।
দুয়োকে প্ৰেৰণ কৰা হৈছে GMCHলৈ।
Also Read: যুৱতীক হত্যাৰ চেষ্টা কৰা ইব্ৰাহিম আৰক্ষীৰ জালত...