/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...
পুৱাই গণেশগুৰি উৰণীয়া সেতুত দুৰ্ঘটনা।
এখন চিটিবাছে মহটিয়াই নিলে তিনিখনকৈ বাহন।
এই দুৰ্ঘটনাত আহত হৈছে বাহন কেইখনৰ আৰোহী।
দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নাম শিৱ শংকৰ।
দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা এখন ফৰ্চুনাৰ বাহনৰ নম্বৰ এ এছ ০১ ডি এক্স ৯৭২৪।
দুৰ্ঘটনাক কেন্দ্ৰ কৰি গণেশগুৰি উৰণীয়া সেতুত উত্তেজনা আৰু ব্যাপক যানজট।
Also Read: যোৰাবাট আৰক্ষীৰ জালত ৩৫ টা গৰুসহ দুই সৰবৰাহকাৰী...