/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
যোৰাবাট আৰক্ষীৰ জালত ৩৫ টা গৰুসহ দুই সৰবৰাহকাৰী...
ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ।
পুনৰ যোৰাবাট আৰক্ষীৰ জালত পৰিল গৰু কঢ়িয়াই অনা ট্রাক।
পুৱতি নিশা ট্রাকসহ জব্দ ৩৫টা চোৰাং গৰু।
ধেমাজিৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল এই চোৰাং গৰুকেইটা।
আৰক্ষীয়ে আটক কৰিছে দুই সৰবৰাহকাৰীক।
আটক হোৱা দুই সৰবৰাহকাৰী ক্ৰমে আক্রামিন হুছেইন আৰু মুস্তাফা আলী।
আৰক্ষীয়ে জব্দ কৰা ট্রাকখনৰ নম্বৰ NL01-AB4928।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী...