বশিষ্ঠত দুখন বাছৰ মুখামুখি সংঘৰ্ষ...

বশিষ্ঠত দুখন বাছৰ মুখামুখি সংঘৰ্ষ...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

বশিষ্ঠত দুখন বাছৰ মুখামুখি সংঘৰ্ষ...

  • মহানগৰীৰ বশিষ্ঠত ভয়াৱহ পথ দুৰ্ঘটনা।

  • দুখন চিটি বাছৰ মাজত মুখামুখি সংঘৰ্ষ।

  • বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰ অভিমুখী আছিল এখন বাছ।

  • বিপৰীত দিশৰ পৰা অহা আনখন বাছৰ সৈতে হয় সংঘৰ্ষ।

  • দুৰ্ঘটনাৰ ফলত ক্ষতিগ্রস্ত হয় দুয়োখন চিটি বাছ।

  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই হতাহতৰ খবৰ।

  • ঘটনাস্থলীত বশিষ্ঠ যান-বাহন আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি।

Also Read: নলা, নৰ্দমা চাফা কৰাৰ সময়ত শ্ৰমিকৰ মৃত্যু হ'লে চৰকাৰে দিব লাগিব ৩০ লাখ টকাৰ ক্ষতিপূৰণ...

পথ দুৰ্ঘটনা