New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
নিশা মহানগৰীৰ আঠগাঁও উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা
ছুইফট ডিজায়াৰ আৰু এখন অট’ৰ মাজত মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই চালক
আহত দুই চালকক চিকিৎসালয়ত ভৰ্তি আৰক্ষীৰ
ছুইফট বাহনখনৰ চালকে অত্যধিক মদ্যপান কৰাৰ ফলতে সংঘটিত দুৰ্ঘটনা।
Also Read: গুৱাহাটীত জ'ছ বাটলাৰৰ কমলা টুপী