/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/45d9fad6-3c48-462d-b426-a951e06d0186/2.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অহা ৭মাৰ্চ ২০২৪ তাৰিখে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত তাৰ্কিক সভা “ডিচপুটেচিয়”ৰ সপ্তম প্ৰতিষ্ঠা দিৱস আৰু আৰ্ন্তজাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত “মহিলা কুইজ প্ৰতিযোগিতা “অনুষ্ঠিত কৰিছে।
প্ৰাইজমানি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০,০০০, দ্বিতীয় পুৰস্কাৰ ৮,০০০ আৰু তৃতীয় পুৰস্কাৰৰ মূল্য ৬,০০০ টকা ধায্য কৰা হৈছে। সবিশেষ তথ্যৰ বাবে সভাৰ সাধাৰণ সম্পাদক গৌৰী গগৈক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । যোগাযোগৰ নম্বৰ -৬০০৩২৮৭৫১৪।
Also Read: ৰাজ্যত অব্যাহত আছে সুদখোৰ অভিযান