/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/13461a57-95a9-4571-91a9-68a3b2a219fb/BLAST_28.jpg)
মহানগৰীত পুনৰ ফুটিল পাইপঃ তিনিজন আহত, তিনিখন বাহনৰ ক্ষতি...
পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণ।
বিস্ফোৰণত আহত এগৰাকী যুৱতীসহ দুই যুৱক।
আহত যুৱতীগৰাকীক জি এম চি এইছলৈ প্ৰেৰণ।
ঘটনাত ক্ষতিসাধন হৈছে এখন চুইফ্ট, এখন অটোৰ সৈতে আন এখন বাহন।
আহত যুৱক দুজন ক্ৰমে ৰাজু কলিতা, দেৱজিত শৰ্মা।
আহত যুৱতীগৰাকী ৰীণা টাইড।
এই ঘটনা বৰবাৰীৰ মেগজিনৰ ৰাজপথত সংঘটিত হৈছে।
ক্ষতিগ্ৰস্ত চুইফ্ট ডিজায়াৰ নম্বৰ এ এছ ০১ ডি ৱাই ৩৯৫০।
ক্ষতিগ্ৰস্ত হোৱা অটোখনৰ নম্বৰ এ এছ ০১ কে চি ১৩৪০।
Also Read: ৯,১০ জানুৱাৰীত কাজিৰঙাত পক্ষী উৎসৱঃ বেচৰকাৰী সংস্থাক লৈ পক্ষী গণনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া...