/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান...
মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান।
অভিযানত ১২ জুৱাৰীক গ্রেপ্তাৰ আৰক্ষীৰ।
মানপাৰাৰ অনন্ত কছাৰী পথৰ এটা বাসগৃহত চলিছিল অভিযান।
জুৱা খেলি থকা অৱস্থাতে গ্রেপ্তাৰ আটাইকেইজনক।
গ্রেপ্তাৰ হোৱা কেইজনৰ পৰা উদ্ধাৰ নগদ ডেৰ লক্ষাধিক টকা।
Also Read: টিলিঙা মন্দিৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাঃ নিহত ১০ জনৰ অধিক, কেইবাজনৰ অৱস্থা সংকটজনক