/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/75702529-5614-44f4-88a3-2bc72f080db0/dharapur_27.jpg)
ধাৰাপুৰত দৰ্শকৰ ওপৰত ভাঙি পৰিল পেণ্ডেলঃ আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান
-
ধাৰাপুৰত বিহুৰ অনুষ্ঠানৰ মাজতে অঘটন।
-
ধুমুহা বতাহত বিহুৰ পেণ্ডেল ভাঙি পৰিল দৰ্শকৰ ওপৰত।
-
বহু লোক আবদ্ধ হৈ পৰে পেণ্ডেলৰ তলত।
-
ফলত অভাৱনীয় পৰিবেশ ধৰাপুৰ বিহুস্থলীত।
-
ধাৰাপুৰত আছিল আজি জুবিন গাৰ্গৰ সংগীতৰ অনুষ্ঠান।
-
বাদ্যযন্ত্ৰ শিল্পীসকলে মঞ্চত উঠি বাদ্যযন্ত্ৰ সাজু কৰি থকাৰ সময়তে এই অঘটন।
-
সকলোৰে মাজত হাহাকাৰ ময় পৰিস্থিতি।
Also Read: লামডিঙত পুনৰ জব্দ বাৰ্মিজ চুপাৰিঃ ৰে'ল আৰক্ষী আৰু জি আৰ পিৰ অভিযান...