/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/LUMDING-22.jpg)
লামডিঙত পুনৰ জব্দ বাৰ্মিজ চুপাৰিঃ ৰে'ল আৰক্ষী আৰু জি আৰ পিৰ অভিযান...
ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ।
পুনৰ লামডিং ৰে’লৱে জংছনত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।
জব্দ কৰা হৈছে ৩০০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰি।
ৰে’ল আৰক্ষী, GRPৰ অভিযানত জব্দ হৈছে এই চুপাৰিখিনি।
নামনিমুৱা অবধ আসাম এক্সপ্রেছৰ পাৰ্চেল দবাত আনিছিল চুপাৰিখিনি।
জব্দ কৰা চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ২৫ লাখ টকা।
Also Read: ২০২৫ বৰ্ষৰ HSLC পৰীক্ষাৰ বাবে ছেবাই জাৰি কৰিলে নতুন নিৰ্দেশনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us