ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ কিশোৰ সন্ধানহীন...

ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ কিশোৰ সন্ধানহীন...

ডিজিটেল ডেস্কঃ ব্ৰহ্মপুত্ৰৰ শুক্লেশ্বৰ ঘাটত অঘটন । গা ধুৱলৈ গৈছিল ৬ জন কৈ বন্ধুৱে একেলগে । তাৰে এজন ছাত্ৰ সন্ধানহীন হৈছে । নিখোঁজ হোৱা দশম শ্ৰেণীৰ ছাত্ৰজনৰ নাম হৈছে জাহিদ আহমেদ । নদী আৰক্ষী, SDRF বাহিনীৰ চলাইছে উদ্ধাৰ অভিযান । বৰ্তমানেও সন্ধান ওলোৱা নাই ছাত্ৰ জনৰ ।

শনিবাৰে আবেলি সংঘটিত হৈছিল এই দুৰ্ঘটনাটো । কালি ৰাতি হোৱাত ছাত্ৰজনক বিছাৰি অভিযান চলাব নোৱাৰিলে SDRF বাহিনীয়ে। দেওবাৰে পুৱাই পুনৰ চলিছে উদ্ধাৰ অভিযান ।

ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ কিশোৰ সন্ধানহীন...
উৎকট গৰম! পৰিত্ৰাণ বিছাৰি কাজিৰঙাত হাতী পোৱালিৰ জলকেলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in