New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
গড়চুক আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...
পুনৰ গুৱাহাটী মহানগৰীত জব্দ নিষিদ্ধ ড্ৰাগছ।
গড়চুক আৰক্ষীৰ অভিযানত জব্দ এই ড্রাগছখিনি।
মুঠ ২০টা কণ্টেইনাৰত ২৬.০৫ গ্রাম হেৰ’ইন জব্দ।
হেৰ’ইনসহ জান আলী নামৰ এটা সৰবৰাহকাৰীক আটক।
Also Read: হাইলাকান্দিত ৰে'লৰ খুন্দাত নিহত এজন...