/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b29fb399-9a35-43a9-b398-17531f934d3d/4.jpg)
-
মহানগৰীৰ নুনমাটিৰ বি জি তিনিআলিত চুৰিকাণ্ড।
-
এজন লোকৰ পৰা ২ চোৰে থপিয়াই নিলে ম’বাইল ফোন।
-
অৱশ্যে আৰক্ষীয়ে আটক কৰে ২ চিলনী চোৰক।
-
ধৃত চোৰ দুটা বিমল শ্বাহা আৰু সঞ্জীৱ দাস।
Also Read: বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...