উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰী সেৱা বন্ধ...

উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰী সেৱা বন্ধ...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা...

উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰী সেৱা বন্ধ...

  • আজি বন্ধ থাকিব উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰী সেৱা।

  • পৰ্যাপ্ত পথ নথকাৰ বাবে এই সিদ্ধান্ত।

  • আনহাতে ফেৰী চলাচলৰ বাবে নাই পৰ্যাপ্ত জেট্টীও।

  • সেয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

  • ২৬ অক্টোবৰ, বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব ফেৰী সেৱা।

Advertisment

Also Read: সন্ত্ৰাসবাদ মুক্ত হোৱাৰ দিশে জম্মু-কাশ্মীৰ ! চলিত বছৰত মাত্ৰ ১০ জনে যোগদান কৰিলে উগ্ৰপন্থী গোটত...

আভ্যন্তৰীণ জল পৰিবহণ বিভাগ