/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/31dbf51d-1edd-451c-9bda-f55c3ed4398d/2222.jpg)
গ্ৰন্থ জালিয়াতিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি ই আৰ টি-আৰক্ষীৰ অভিযান
-
পাণবজাৰৰ গ্ৰন্থ বিপণীত আৰক্ষীৰ অভিযান।
-
৩ খন বিপণীত আৰক্ষীৰ এই অভিযান।
-
এন চি ই আৰ টিআৰু অসম আৰক্ষীৰ যৌথ অভিযানত জব্দ নকল গ্ৰন্থ।
-
শুকুৰবাৰে দুঘণ্টা ধৰি আৰক্ষীয়ে চলাই অভিযান।
-
কিতাপ জালিয়তিৰ অভিযোগত বিপণী কেইখনত এই অভিযান।
-
উক্ত ঘটনা সন্দৰ্ভত ৬গৰাকী গ্ৰন্থ বিক্ৰেতাক সোধা-পোচাৰ বাবে আটক কৰিছে।
-
বিনিময়,নভেল্টি,কিতাপ ভৱন নামৰ গ্ৰন্থ প্ৰতিষ্ঠানৰ পৰা বৃহৎ সংখ্যক গ্ৰন্থ জব্দ।
-
শুকুৰবাৰে বিয়লি ৫-০০বজালৈকে অৱ্যাহত আছে আৰক্ষীৰ এই অভিযান।
-
অভিযোগ মতে এন চি ই আৰ টিৰ নাম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা পাঠ্যপুথি বিক্ৰীৰ জালিয়াতিৰ লগত অভিযুক্ত আছিল চক্ৰটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a3178bc1-aee8-4485-ad6a-6a55f6416a98/5e492148_894c_49ca_8630_7c3e0baa8060.jpg)
Also Read: মেঘালয়ত নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী