জামিন লাভ কৰিলে এ পি এছ চি কেলেংকাৰীৰ জড়িত নন্দ বাবু সিঙেই..

জামিন লাভ কৰিলে এ পি এছ চি কেলেংকাৰীৰ জড়িত নন্দ বাবু সিঙেই..
জামিন লাভ কৰিলে এ পি এছ চি কেলেংকাৰীৰ জড়িত নন্দ বাবু সিঙেই..
  • জামিন লাভ কৰিলে নন্দ বাবু সিঙে।

  • অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল তেওঁ।

  • বিশেষ তদন্তকাৰী গোটে জেৰা চলাই গ্ৰেপ্তাৰ কৰিছিল নন্দ বাবুক।

  • নন্দবাবু সিনহা অসম লোক সেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰক হৈ থকাৰ সময়ত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী।

  • বিশেষ আদলতে তেওঁক আজি প্ৰদান কৰিলে জামিন।

  • আনহাতে এ পি এছ বিষয়া চাহজাহান সৰকাৰৰ জামিন আৱেদন নাকচ কৰিছে আদালতে।

জামিন লাভ কৰিলে এ পি এছ চি কেলেংকাৰীৰ জড়িত নন্দ বাবু সিঙেই..
বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in