বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু...

বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু...
বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু...
  • বিলাসীপাৰা লক্ষীগঞ্জ ভাষানীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বাইক আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহীজন।

  • গুৰুতৰভাৱে আহত চাইকেল আৰোহীজনৰ চিকিৎসালয়ত মৃত্যু।

  • নিহত বাইক আৰোহীজন ফকিৰাগ্রাম কৰাইতোলা গাঁৱৰ আজিমুল হক।

  • মৃত চাইকেল আৰোহীজনৰ নাম মালেক উদ্দিন ওৰফে গাণ্ডু।

  • চিকিৎসক নথকাৰ বাবে চাইকেল আৰোহীজনৰ মৃত্যু হোৱাৰ অভিযোগ।

  • চিকিৎসালয় ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত উত্তেজিত ৰাইজৰ।

  • ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ।

বিলাসীপাৰাত চাইকেল আৰোহীক বাইকৰ খুন্দাঃ দুজনৰ মৃত্য়ু...
ৰাষ্ট্ৰীয় স্কুল গেমছত চৰাইদেউ জিলাৰ চাৰি গৰাকী সাঁতোৰ খেলুৱৈৰ অংশগ্ৰহণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in