জু ৰোডত মহিলাৰ ৰহস্যজনক মৃত্যু

ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...
ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...

ডিজিটেল ডেস্কঃ মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

জানিব পৰা মতে, এটা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ পৰা পৰি মহিলাৰ মৃত্যু হয় মহিলাগৰাকীৰ। নিহত মহিলাগৰাকী মীনাক্ষি নন্দি ৰায় বুলি চিনাক্ত কৰা হৈছে। জু ৰোডৰ Exotica Green নামৰ এপাৰ্টমেণ্টত ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যেই ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। মহিলাগৰাকীক কোনোবাই হত্যা কৰিছে নে এইয়া আত্মহত্যাৰ ঘটনা সেইটো এতিয়াও জানিব পৰা হোৱা নাই। সম্প্ৰতি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...
অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ'২৩ : প্ৰাইজমানি দিহানাম, জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in