মহানগৰীৰ ধীৰেনপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড

মহানগৰীৰ ধীৰেনপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড

  • স্বামীৰ প্রহাৰত প্রাণ গ’ল পত্নীৰ

  • ঘটনা সংঘটিত কৰি পলায়ন স্বামী নুৰুল হক

  • নিহত পত্নীৰ নাম চুফিয়া খাতুন

  • চুফিয়াক তেজেৰে তুমৰলি হৈ থকা অৱস্থাত প্রত্যক্ষ কৰে ঘৰৰ মালিকে

  • ততাতৈয়াকৈ চুফিয়া খাতুনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত

  • চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হয় চুফিয়া খাতুনৰ।

মহানগৰীৰ ধীৰেনপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড
"অসমৰ লোকে কুকুৰ ভক্ষণ কৰে, পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক"

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in