ধনৰ বাবেই এজনক হত্যা কৰি লুকুৱাই থলে পিটনিৰ মাজত...

ধনৰ বাবেই এজনক হত্যা কৰি লুকুৱাই থলে পিটনিৰ মাজত...
ধনৰ বাবেই এজনক হত্যা কৰি লুকুৱাই থলে পিটনিৰ মাজত...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এইবাৰ হত্যাকাণ্ডৰ স্থান গুৱাহাটীৰ ছাবিপুল অঞ্চল।

ঘটনাৰ বিবৰণি অনুসৰি ছাদাম আলী নামৰ এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে হাকিম আলী নামৰ এজন ব্যক্তিয়ে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে ছাদাম আলীৰ মৃতদেহ লুকুৱাই ৰাখিছিল ফটাশিলৰ দুৰ্গম অঞ্চলত।

এটা পটনিৰ মেটেকাৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে ছাদামৰ মৃতদেহ। আনহাতে ছাদাম আলীৰ দুচকীয়া বাহনখন উদ্ধাৰ হৈছে আঠগাওঁ দলঙৰ তলত।

জানিব পৰা মতে ধনৰ বাবেই সংঘটিত হ'ল এই লোমহৰ্ষক হত্যাকাণ্ড। ইফালে ঘটনাস্থলীত উপস্থিত হৈছে ফটাশিল আৰু পল্টনবজাৰ আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ধনৰ বাবেই এজনক হত্যা কৰি লুকুৱাই থলে পিটনিৰ মাজত...
অৱশেষত লীনা দলেক জেৰা চি বি আইৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in