প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক...

প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক...

author-image
Asomiya Pratidin
New Update
প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত  মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক...

প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক...

ডিজিটেল ডেস্কঃ প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াত কাকতিয়ে ৬০ৰ দশকৰ পৰা সংবাদ জগতত নিজৰ সেৱা আৰম্ভ কৰি ৰাজ্যখনৰ সংবাদ ক্ষেত্ৰখনক সমৃদ্ধ কৰি থৈ গৈছে বুলি উল্লেখ কৰিছে।

Advertisment

জনসংযোগ মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্ষীয়ান সাংবাদিকগৰাকীৰ বিয়োগ আমাৰ বাবে এক অপূৰণীয় ক্ষতি। মন্ত্ৰী হাজৰীকাই প্ৰয়াত কাকতিৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিছে।

Also Read: তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা চৰাইদেউ মহোৎসৱ...

পীযুষ হাজৰীকা যদু কাকতি