/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
গুৱাহাটীৰ পানীখাইতিত ভয়ংকৰ অগ্নিকাণ্ড
হাতীশিলাৰ গণেশ মন্দিৰৰ সমীপৰ পাহাৰত এই অগ্নিকাণ্ড
কোনো দুষ্ট লোকে পাহাৰত অগ্নিসংযোগ কৰাৰ সন্দেহ
বনজুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্র অঞ্চলটোলৈ
শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ
জুই সম্প্রসাৰিত হৈছে নাৰেংগী-চন্দ্রপুৰ ঘাইপথৰ কাষলৈ
ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা অব্যাহত।
Also Read: ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত মহিলা নেতৃত্ব সন্মিলন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us