/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
মহানগৰীত অঘটন ।
নুনমাটিৰ বিষ্ণু ৰাভা নগৰত আত্মহত্যাৰ ঘটনা ।
ঘৰৰ বাৰাণ্ডাত চিপ ল'লে এজন লোকে ।
আত্মহত্যা কৰা লোকজনৰ নাম হৈছে ৰমেশ ডেকা।
গুৱাহাটী শোধনাগাৰৰ ঠিকা ভিত্তিক কৰ্মচাৰী আছিল ডেকা।
ডেকাৰ ঘৰ বৰপেটাত।
পূৰ্বে পৰিয়ালসহ ভাড়াত থকা বাসগৃহলৈ আহি আত্মহত্যা ।
বৰ্তমানে বেলেগৰ ঘৰত ভাড়াত আছিল ব্যক্তিজন।
Also Read: পথৰ ওপৰত কঠিয়া সিঁচি প্ৰতিবাদ পুৰণি বলাই গাঁৱবাসীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us