প্রসংগ- হাৱালা চক্রৰ পৰা ধন আত্মসাৎ : পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আটাইকেইগৰাকী অভিযুক্তক

প্রসংগ- হাৱালা চক্রৰ পৰা ধন আত্মসাৎ : পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আটাইকেইগৰাকী অভিযুক্তক

ডিজিটেল ডেস্কঃ হাৱালা চক্রৰ পৰা ধন আত্মসাতৰ গোচৰত অভিযুক্ত ৭ অভিযুক্তক সোমবাৰে পুনৰ আদালতত হাজিৰ কৰা হয়। উল্লেখ্য যে, বিশেষকৈ চৰিফুলক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে আৱেদন কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ আবেদন মৰ্মে আদালতে আটাইকেইগৰাকীকে প্রেৰণ কৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

সোমবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ভৰলু আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মোবাৰক আলী, অনুৰাগ বৰা, সাংবাদিক তৌফিক উদ্দিন আহমেদ, জমিৰ খান, লিটিল খান আৰু খাইৰুল হকক। প্ৰাপ্ত তথ্য অনুসৰি, মোবাৰক আলী আৰু অনুৰাগ বৰাৰ আত্মীয়কো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

প্রসংগ- হাৱালা চক্রৰ পৰা ধন আত্মসাৎ : পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আটাইকেইগৰাকী অভিযুক্তক
৯ ডিচেম্বৰত নগাঁৱত 'ৰাষ্ট্ৰীয় লোক আদালত'ৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in