New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5ce41396-2df9-4287-84b4-5c50292b2b1b/accident.jpg)
ৰূপকাত্মক আলোকচিত্ৰ
মহানগৰীৰ ছাৰ্ভেত ভয়াৱহ পথ দুৰ্ঘটনা
অচিনাক্ত বাহনৰ খুন্দাত নিহত দুজন বাইক আৰোহী
নিহতদ্বয় আয়ন দাস আৰু বিশাল দাস বুলি চিনাক্ত
দুয়োৰে ঘৰ উমৰাংছ’ত বুলি জানিব পৰা গৈছে
বৰ্তমান GNRC হাস্পতালত ৰখা হৈছে দুয়োৰে মৃতদেহ
Also Read: তীব্রবেগী বাছৰ খুন্দাত প্ৰাণ গ'ল এজনৰ