New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
তিনিচুকীয়াৰ টিৰাপ কলিয়ৰীত দুৰ্ঘটনা।
তীব্রবেগী বাছৰ খুন্দাত নিহত এজন লোক।
শনিবাৰে সংঘটিত হয় দুৰ্ঘটনাটো।
নিহত লোকজন লিডুৰ দিলীপ দাস বুলি চিনাক্ত।
৩৮নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।
ঘটনাস্থলীৰ পৰা পলায়ন বাছসহ চালকৰ।
ঘটনাস্থলীত উপস্থিত আৰক্ষী।