/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/guwahtitar.jpg)
২৬ মাৰ্চত গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা...
-
২৬ মাৰ্চত গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা।
-
দৌল যাত্ৰা আৰু ফাকুৱা উপলক্ষে এই বন্ধ ঘোষণা।
-
অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা।
-
সকলো চৰকাৰী কাৰ্যালয়, স্কুল, কলেজ বন্ধ থাকিব সেই দিনটোত।
-
বন্ধ থাকিব সকলো চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আদিও বন্ধ থাকিব।
Also Read: 'নিমাতী কইনাৰ পৰিৱৰ্তে দিল্লীলৈ মোক পঠাওক, দেখাই দিম অসমতো সিংহ আছে'- লুৰীণজ্যোতি