/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a97a3f03-d9fc-4033-aa1b-ac4d836c3da8/AP_FOR_WEB_1.jpg)
মহানগৰীত বাহনৰ খুন্দাত আহত নাহৰফুটুকী...
মহানগৰীত বাহনৰ খুন্দাত আহত নাহৰফুটুকী।
ভঙাগড় পাহাৰত সংঘটিত হৈছে এই ঘটনা।
ভঙাগড়ৰ পৰা কাহিলীপাৰালৈ যোৱাৰ পথত বাঘটোক খুন্দা মাৰে বাহনে।
ঘটনা সন্দৰ্ভত অৱগত হৈ বন বিভাগৰ লোক উপস্থিত হয় গৈ ঘটনাস্থলীত।
আহত নাহৰফুটুকীটোক উদ্ধাৰ কৰিছে বন বিভাগে।
জানিব পৰা মতে অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ গৈ নাহৰফুটুকীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।
Also Read: ভাল হাজিৰা কাম দিয়াৰ নামত দুই যুৱতীক যৌন নিৰ্যাতন...