/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d0c7a8eb-bead-4428-8f8b-07a372ed0972/chandmari_31.jpg)
চানমাৰিৰ অমিয়নগৰত ভূমিস্খলন....
গুৱাহাটী মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা।
চানমাৰিৰ অমিয় নগৰত সংঘটিত হৈছে এই ঘটনা।
পাহাৰৰ মাটি খহি ক্ষতিগ্ৰস্ত এটা বাসগৃহ।
ইয়াৰ পূৰ্বেও বিগত দিন কেইটাত মহানগৰীৰ ভিন্ন স্থানত সংঘটিত হৈছে অনুৰূপ ঘটনা।
লালগণেশত ভূমিস্খলনৰ ফলত নিহত হৈছিল এটি শিশু।
প্ৰশাসনেও ভূমিস্খলন প্ৰবণ কেইবাটাও স্থান চিনাক্ত কৰিছে।
এই অঞ্চলসমূহৰ ৰাইজক সতৰ্ক কৰি দিছিল প্ৰশাসনে।
Also Read: দেশলৈ আহিল প্ৰজ্জ্বল ৰেৱান্নাঃ বিমান বন্দৰতে পৰিল আৰক্ষীৰ জালত...