/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/98a05d7f-2ed4-4419-9082-cd626971313d/landslide_05.jpg)
মহানগৰীত ভূমিস্খলনঃ কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ...
নিশা অহা মুষলধাৰ বৰষুণত গুৱাহাটীত কৃত্ৰিম বান।
তাৰ মাজতে মহানগৰীৰ জু-নাৰেংগী ৰোডৰ ভাস্কৰ নগৰত ভূমিস্খলন।
দেৱাল আৰু মাটি খহি পৰিল মানুহৰ ঘৰত।
ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন এটা পৰিয়াল।
কথমপি প্রাণ ৰক্ষা ঘৰৰ গৰাকীৰ।
এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই প্রশাসনৰ লোক।
Also Read: ছিকিমত দুৰ্যোগ ঘোষণাঃ সেনা জোৱানসহ ১০২ জন এতিয়াও সন্ধানহীন, ১৪ জনৰ মৃত্যু...