/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b47a1eb1-749c-46ff-b443-0fd859d3328a/jalukbari_12.jpg)
নিশা মহানগৰীত ভূমিকেন্দ্রিক সংঘাতঃ মাতৃ-পুত্ৰই মাৰপিট কৰিলে যুৱকক...
-
নিশা মহানগৰীৰ মালিগাঁও চাৰিআলিত ভয়ংকৰ ঘটনা।
-
ভূমিকেন্দ্রিক সংঘাতৰ বাবে যুৱকক মাৰপিট।
-
মাতৃ-পুত্রই এজন যুৱকক আক্রমণ কৰাৰ অভিযোগ।
-
গুৰুতৰভাৱে আঘাতপ্রাপ্ত দীপজ্যোতি দাস নামৰ যুৱকজন।
-
অভিযুক্ত মাতৃ-পুত্রৰ নাম ভানুপ্রভা দাস আৰু প্রণৱজ্যোতি দাস।
-
আহত যুৱকজন বৰ্তমান এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন।
-
মাতৃ-পুত্রৰ বিৰুদ্ধে জালুকবাৰী থানাত এজাহাৰ দাখিল দীপজ্যোতিৰ পৰিয়ালৰ।
Also Read: মহানগৰীত পুনৰ চুৰি কাণ্ডঃ অলংকাৰসহ লুটি নিলে প্ৰায় লাখ টকা...