
গুৱাহাটী মহানগৰীৰ উলুবাৰীত নিশা উত্তেজনা।
আৰক্ষীয়ে কৰ্মৰত শ্রমিক-ঠিকাদাৰক প্রহাৰ কৰাৰ অভিযোগ।
পল্টন বজাৰ থানাৰ দুই যানবাহন আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।
যানবাহন আৰক্ষী কেইগৰাকীয়ে শ্রমিক আৰু ঠিকাদাৰক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ।
কেমেৰাত বন্দী হৈছে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ দৃশ্য।
সুৰাপান কৰি আৰক্ষীয়ে প্রহাৰ কৰাৰ অভিযোগ শ্ৰমিক আৰু ঠিকাদাৰক।