/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
-
লগতে গ্রেপ্তাৰ কৰিছে কৃষক মুক্তিৰ গুৱাহাটী সমিতিৰ সম্পাদক আকাশ দলেক।
-
পুৱাৰ ভাগত শিলসাঁকোৰ উচ্ছেদস্থলীত আটক কৰিছিল দুয়োকে।
-
বৰ্তমান দুয়োকে গ্রেপ্তাৰ কৰি লৈ যোৱা হৈছে সোণাপুৰ থানালৈ।
-
উল্লেখ্য শিলসাঁকোৰ উচ্ছেদস্থলীৰ পৰা আটকাধীন মহিলাসকলক চতুৰ্থ এপিবিএনৰ কেম্পত ৰখা হৈছে।
Also Read: ধেমাজিত কোটিটকীয়া কেলেংকাৰীঃ নাম সাঙুৰ খাইছে উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তৰ