চানমাৰিত ই-ৰিক্সাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কিশোৰীৰঃ আৰক্ষীৰ জালত ৰিক্সা চালক

চানমাৰিত ই-ৰিক্সাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কিশোৰীৰঃ আৰক্ষীৰ জালত ৰিক্সা চালক

ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীত কিশোৰী অপহৰণ কাণ্ড। চানমাৰিত সংঘটিত হৈছে এই ঘটনা। কিশোৰী অপহৰণৰ চেষ্টা কৰি চানমাৰি আৰক্ষীৰ জালত পৰিছে ই-ৰিক্সা চালক।

উল্লেখযোগ্য যে চানমাৰিত বিহু নাচিবলৈ ই-ৰিক্সাত আহিছিল জ্যোতি নগৰৰ পৰা এগৰাকী ১৪বছৰীয়া কিশোৰী। চানমাৰি খেলপথাৰত কিশোৰী গৰাকী ই ৰিক্সা চালকজনে ননমাই গীতানগৰ ফালে লৈ গৈছিল। তেনে সময়তে কিশোৰীগৰাকীয়ে চিঞৰি ই ৰিক্সাৰখনৰ পৰা জঁপিয়াই দিয়ে। লগে লগে ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে ই ৰিক্সা চালকজনক। উল্লেখ্য যে পূৰ্বেও মহানগৰীত কেইবাটাও কিশোৰী অপহৰণ ঘটনা সংঘটিত হৈছে।

চানমাৰিত ই-ৰিক্সাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কিশোৰীৰঃ আৰক্ষীৰ জালত ৰিক্সা চালক
গৌৰৱ গগৈয়ে সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিছেঃ মণিমাধৱ মহন্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in