গৌৰৱ গগৈয়ে সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিছেঃ মণিমাধৱ মহন্ত

গৌৰৱ গগৈয়ে সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিছেঃ মণিমাধৱ মহন্ত

ডিজিটেল সংবাদ,কাজিৰঙাঃ সমগ্ৰ ৰাজ্য়ৰ সমান্তৰালকৈ কাজিৰঙা লোকসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ তুংগত। সমষ্টিটোৰ অন্তৰ্গত হাৰমতীত অসম গণ পৰিষদেও এখন নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত প্ৰচাৰ সভাত উপস্থিত থাকে অগপৰ সাধাৰণ সম্পাদক মণিমাধৱ মহন্ত। তেওঁ ৰাইজক বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগত মণিমাধৱ মহন্তই গৌৰৱ গগৈক সমালোচনা কৰি তেওঁ সমষ্টিটোৰ ৰাইজক প্ৰতাৰণা কৰা বুলিও মন্তব্য কৰে। উল্লেখ্য যে, সভাখনত কেবাগৰাকী দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

গৌৰৱ গগৈয়ে সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিছেঃ মণিমাধৱ মহন্ত
কামপুৰত বিজেপি বিৰোধী প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in