/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
ডিজিটেল ডেস্কঃ অবৈধ গৰু নহয়, ক্ষেত্রীত জব্দ কৰা হৈছে ম’হভৰ্তি ট্রাক । ২৭ টা ম’হসহ AS-01 JC 0354 নম্বৰৰ এখন ট্রাক জব্দ কৰা হৈছে । নগাঁৱৰ ননৈৰ পৰা মেঘালয়ৰ বৰ্ণিহাট অভমুখী গৈ আছিল ট্রাকখন ।
বৃহস্পতিবাৰে ক্ষেত্রী আৰক্ষীৰ অভিযানত জব্দ হৈছে ট্রাকখন । আৰক্ষীয়ে লগতে আটক কৰিছে তিনি ম'হ সৰবৰাহকাৰীক । সৰবৰাহকাৰী কেইজনৰ নাম হৈছে চৰিফুদ্দিন, আব্দুল হান্নান, আব্দুল ৰছিদ । সৰবৰাহকাৰীকেইটাৰ ঘৰ নগাঁৱৰ ৰাঙলুত বুলি জানিব পৰা গৈছে ।
Also Read: সাপটগ্ৰামৰ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ছত্ৰপতি গোস্বামীৰ বিয়োগ...