খাৰঘূলিৰ জল বিস্ফোৰণত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদান আপ অসমৰ...

বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘূলিস্থিত জয়পুৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক জল বিস্ফোৰণত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদান আপৰ

author-image
Asomiya Pratidin
New Update
খাৰঘূলিৰ জল বিস্ফোৰণত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদান আপ অসমৰ...

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘূলিস্থিত জয়পুৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক জল বিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে আশ্ৰয় লৈছে জয়পুৰ প্ৰাথমিক বিদ্যালয়ত। শুকুৰবাৰে বিদ্যালয়খনত আশ্ৰয় লৈ থকা পিড়িতসকলৰ অৱস্থা বুজ লয় আপ কামৰূপ মহানগৰ জিলা আৰু আপ মহিলা শক্তিয়ে।

আম আদমি পাৰ্টীৰ তৰফৰ পৰা তেওঁলোকৰ অৱস্থাৰ বুজ লোৱা আপ কামৰূপ মহানগৰ জিলা আৰু আপ মহিলা শক্তিয়ে পিড়িতসকলক কিছুপৰিমানে সাহাৰ্য্য আগবঢ়াই। উক্ত সাহাৰ্য বিতৰণ কৰি প্ৰতিনিধিসকলে চৰকাৰক ক্ষতিগ্ৰস্থ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবী তোলে।

Also Read: ৰাজ্যিক পৰ্যায়ৰ মডেল নিৰ্মাণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ নগাঁৱৰ দুই ছাত্ৰৰ...

aam admi party