/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4afbcef3-f727-40f9-b7e6-a3654556a850/ap_for_web_copy.jpg)
কামাখ্যা ৰে’ল ষ্টেচনত জব্দ হাতীৰ দাঁত।
তালাচীৰ সময়ত জি আৰ পিয়ে জব্দ কৰে হাতীৰ দাঁতটো।
অৰুণাচলৰ পৰা কামাখ্যা অভিমুখী ৰে’লৰ পৰা জব্দ কৰা হৈছে উক্ত দাঁতটো।
লাচিত এক্সপ্রেছেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰাৰ তথা প্ৰকাশ কৰিছে বিভাগটোৱে।
ঘটনা সন্দৰ্ভত ৰাজস্থানৰ সন্দীপ যোশী নামৰ এজনক আটক কৰা হৈছে।
উল্লেখ্য যে, হাতী দাঁতটোৰ ওজন ২.৩০০ কেজি।
Also Read: ইন্দ্রাণীৰ প্ৰসংগত ইজনৰ পাছত সিজন বিজেপি নেতা তলব আৰক্ষীৰ